Gupon kaitor aasur Audiolibro Por ৰঞ্জু হাজৰিকা arte de portada

Gupon kaitor aasur

Vista previa

Obtén 30 días de Standard gratis

$8.99 al mes después de que termine la prueba. Cancela en cualquier momento
Pruébalo por $0.00
Más opciones de compra
Compra ahora por $2.36

Compra ahora por $2.36

প্ৰখ্যাত যাদুকৰ চাণক্য কেনেকৈ সোমাই পৰিল প্ৰসেন আৰু পূৰৱীৰ পবিত্ৰ প্ৰেমৰ চাকনৈয়াত !! শিকাৰু আৰু অপ্ৰতিষ্ঠিত যাদুকৰ প্ৰসেনৰ হাতৰ পৰা চাণক্যই কি যাদুৰেনো কাঢ়ি নিছিল পূৰৱীৰ মন...কিয় প্ৰেমিক প্ৰসেনৰ বাহুবন্ধনৰ পৰা আঁতৰি গৈ পূৰৱী হৈ পৰিল চাণক্যৰ বাগদত্তা....সঁচাকৈ এনে যাদুও কৰিব পাৰে নে চাণক্যই য'ত মৃত্যুৱেও হাৰ মানিবলৈ বাধ্য হয় ?সেই শিহৰণকাৰী যাদু প্ৰদৰ্শনৰ সময়ত কি ঘটিছিল সেইদিনা ?সমাধিত পুতি থোৱা বাকচটোৰ পৰা ওলাই আহিব পাৰিল নে যাদুকৰ চাণক্য ? নে বিফল হ'ল সেই যাদু ? কোন আছে আঁৰত ? এনেদৰে ত্ৰিকোণ প্ৰেমৰ শিহৰণ , স্বাসৰুদ্ধময় উৎকণ্ঠা আৰু উদ্বেগেৰে ভৰা ৰহস্যধৰ্মী উপন্যাস 'গোপন কাঁইটৰ আঁচোৰ '-এ পাঠকক লৈ যায় কল্পনা -অনুভূতিৰ অন্য এক প্ৰান্তলৈ ।©2023 Storyside IN (P)2023 Storyside IN Thriller y Suspenso
Todavía no hay opiniones