Thikona Audiolibro Por মণিকা দেৱী arte de portada

Thikona

Vista previa
Prueba por $0.00
Prime logotipo Exclusivo para miembros Prime: ¿Nuevo en Audible? Obtén 2 audiolibros gratis con tu prueba.
Elige 1 audiolibro al mes de nuestra inigualable colección.
Escucha todo lo que quieras de entre miles de audiolibros, Originals y podcasts incluidos.
Accede a ofertas y descuentos exclusivos.
Premium Plus se renueva automáticamente por $14.95 al mes después de 30 días. Cancela en cualquier momento.

Thikona

De: মণিকা দেৱী
Narrado por: শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Prueba por $0.00

$14.95 al mes después de 30 días. Cancela en cualquier momento.

Compra ahora por $6.27

Compra ahora por $6.27

আইলতা এল.পি স্কুলৰ শিক্ষয়িত্ৰী। বুনিয়াদী প্ৰশিক্ষনকেন্দ্ৰত লক্ষী ঘোষক লগ পায়। সেই সময়ৰ অসম অগ্নিগৰ্ভা। বঙালীৰ আগ্ৰাসনে অসম ছানি ধৰাক লৈ অসমৰ আকাশ-বতাহ উত্তাল। মানুহৰ মুখে মুখে 'এক দুই তিন, অসমীয়া ৰাইজৰ ৰাতি, পুলিচ-মিলিটেৰীৰ দিন'। লক্ষী চোকা ছোৱালী। নিৰ্জু আইলতা আৰু লক্ষীৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। জাতি পৰিচয়, ভাষা পৰিচয়ৰ খেলিমেলিবোৰৰ মাজত আইলতা-লক্ষীৰ বন্ধুত্বই কি মোৰ ল'ব? মণিকা দেৱীৰ 'ঠিকনা' জাতি-ভাষাৰ দন্দ্ব-খৰিয়ালৰ মাজত মনুষ্যত্বৰ এটা মৰ্মান্তিক গল্প।©2021 Storyside IN (P)2021 Storyside IN
Todavía no hay opiniones