Rothor Sokori Ghure Audiolibro Por চৈয়দ আব্দুল মালিক arte de portada

Rothor Sokori Ghure

Vista previa
Obtén esta oferta Prueba por $0.00
La oferta termina el 16 de diciembre de 2025 11:59pm PT.
Prime logotipo Exclusivo para miembros Prime: ¿Nuevo en Audible? Obtén 2 audiolibros gratis con tu prueba.
Solo US$0.99 al mes los primeros 3 meses de Audible.
1 bestseller o nuevo lanzamiento al mes, tuyo para siempre.
Escucha todo lo que quieras de entre miles de audiolibros, podcasts y Originals incluidos.
Se renueva automáticamente por US$14.95 al mes después de 3 meses. Cancela en cualquier momento.
Elige 1 audiolibro al mes de nuestra inigualable colección.
Escucha todo lo que quieras de entre miles de audiolibros, Originals y podcasts incluidos.
Accede a ofertas y descuentos exclusivos.
Premium Plus se renueva automáticamente por $14.95 al mes después de 30 días. Cancela en cualquier momento.

Rothor Sokori Ghure

De: চৈয়দ আব্দুল মালিক
Narrado por: অতনু ভট্টাচাৰ্য
Obtén esta oferta Prueba por $0.00

Se renueva automáticamente por US$14.95 al mes después de 3 meses. Cancela en cualquier momento. La oferta termina el 16 de diciembre de 2025.

$14.95 al mes después de 30 días. Cancela en cualquier momento.

Compra ahora por $18.81

Compra ahora por $18.81

OFERTA POR TIEMPO LIMITADO. Obtén 3 meses por US$0.99 al mes. Obtén esta oferta.
উচ্চ শিক্ষিত যুৱক কমল শিক্ষা শেষ কৰি ঘৰমুৱা হয়। অঞ্চলটোৰ লেখত ল'বলগীয়া যুৱক হৈ পৰা কমলক পঢুৱাবলৈ দেউতাকে টকা আনে মহাজনৰ পৰা। বিনা সংকোচে মহাজনে টকা দিয়ে কাৰণ আশা এটাই, মহাজনৰ ডাঙৰ জীয়াৰী বীণাক অঞ্চলটোৰ ভিতৰতে শিক্ষিত যুৱক কমললৈ বিয়া দিব। পিছে কমল বা বীণাৰ মনোভাৱ কি? বীণাৰ ভনীয়েক ৰেবা। ৰোগে কোঙা কৰি পেলোৱা ছোৱালীজনীয়ে কম বয়সতে মৃত্যুৰ ক্ষণ গণে। বীণা আৰু ৰেবাৰ লগত কমলৰ চিনাকি, কমল আৰু বীণাৰ বিয়াৰ কথা এই সকলোবোৰে কমলৰ মনত কিছু আউল লগায়। অন্য হাতে আকৌ কমলৰ ঘৰৰ কাষৰ কৈৱৰ্ত্ত সম্প্ৰদায়ৰ ছোৱালী মন্দিৰা। কমলৰ বাবে একেবাৰে সৰু ছোৱালী মন্দিৰাই কিন্তু অন্তৰৰ পৰা কমলক কাষত বিচাৰে। কিন্তু কেনেকৈ কয় মন্দিৰাই সেই কথা। কমলৰ মানত তাই যে তাৰ ভনীয়েকৰ দৰে। গোটেই খেলিমেলিৰ মাজত কমলে সিদ্ধান্ত লয় ঘৰৰ পৰা দুদিনমান আঁতৰি থাকি চাকৰি বিচৰাৰ। তাৰ মাজতে কমলে লগ পায় পুৰণি বন্ধু অপৰা আৰু লগ পায় কমলা নামৰ এগৰাকী নাৰীক। চাকৰি বিচাৰি গৈ কমল এজনী পাহাৰী ছোৱালী লিনাৰ সান্নিধ্যলৈ আহে। অৱশ্যে কমলে কাকো ভালপোৱাৰ প্ৰস্তাৱ নিদিয়ে। সি কথাবোৰ তেনেকৈ নাভাবে। কিন্তু তাৰ মাজতো কিছু কথা আহি পৰে। কমলে লগ পোৱা এই প্ৰতিজনী নাৰী বা ছোৱালী ইজনীয়ে সিজনীক ভালকৈ জানে। কিন্তু কেনেকৈ? এক অবুজ সাঁথৰ যেন কমলৰ বাবে। কি এই সাঁথৰ? কমলে উলিয়াব পাৰিলে নে ৰহস্যৰ ওৰ? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা সাহিত্যিক চৈয়দ আব্দুল মালিক দেৱৰ উপন্যাস "ৰথৰ চকৰি ঘূৰে"।©2022 Storyside IN (P)2022 Storyside IN
Todavía no hay opiniones