Mrityunjayi Bharat Audiolibro Por আমিশ ত্ৰিপাঠী, বিজিত বৰঠাকুৰ - translator arte de portada

Mrityunjayi Bharat

Vista previa
Obtén esta oferta Prueba por $0.00
La oferta termina el 21 de enero de 2026 11:59pm PT.
Prime logotipo Exclusivo para miembros Prime: ¿Nuevo en Audible? Obtén 2 audiolibros gratis con tu prueba.
Solo $0.99 al mes durante los primeros 3 meses de Audible Premium Plus.
1 bestseller o nuevo lanzamiento al mes, tuyo para siempre.
Escucha todo lo que quieras de entre miles de audiolibros, podcasts y Originals incluidos.
Se renueva automáticamente por US$14.95 al mes después de 3 meses. Cancela en cualquier momento.
Elige 1 audiolibro al mes de nuestra inigualable colección.
Escucha todo lo que quieras de entre miles de audiolibros, Originals y podcasts incluidos.
Accede a ofertas y descuentos exclusivos.
Premium Plus se renueva automáticamente por $14.95 al mes después de 30 días. Cancela en cualquier momento.

Mrityunjayi Bharat

De: আমিশ ত্ৰিপাঠী, বিজিত বৰঠাকুৰ - translator
Narrado por: বাদল সিন্হা
Obtén esta oferta Prueba por $0.00

Se renueva automáticamente por US$14.95 al mes después de 3 meses. Cancela en cualquier momento. La oferta termina el 21 de enero de 2026 11:59pm PT.

$14.95 al mes después de 30 días. Cancela en cualquier momento.

Compra ahora por $12.54

Compra ahora por $12.54

মৃতুঞ্জয়ী ভাৰত' হৈছে আমিশ ত্ৰিপাঠীৰ জনপ্ৰিয় গ্ৰন্থ 'ইম্মৰটেল ইণ্ডিয়াৰ' অসমীয়া সংস্কৰণ য'ত তেওঁ প্ৰাচীন ভাৰতীয় ইতিহাসৰ বহুতো তথ্যৰ লগতে বিশ্ব ইতিহাসৰ বিষয়েও উল্লেখ কৰিছে।এই গ্ৰন্থখনত তেওঁৰ অন্যান্য গ্ৰন্থ.. যেনে- শিৱ ত্ৰিল'জী, ৰাম ত্ৰিল'জী, চোহেল দেৱ, ধৰ্ম ইত্যাদি গ্ৰন্থক লৈ পাঠকৰ মনত উদ্ৰেক হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে লগতে তেওঁ কেনেদৰে আৰু কি পৰিস্থিতিত বেংকৰ চাকৰি বাদ দি সাহিত্য জগতলৈ যাত্ৰা কৰিলে আৰু এই গ্ৰন্থত উল্লেখিত তিনি গৰাকী মহিলাই কি দৰে এই ক্ষেত্ৰত তেওঁক সহায় কৰিলে সেই বিষয়েও জনাইছে।তেওঁ প্ৰাচীন ভাৰত আৰু আধুনিক ভাৰতৰ গুণ-দোষ,ত্ৰুটি-পাৰ্থক্য সমূহ খুব সুন্দৰভাৱে অংকন কৰিছে এই গ্ৰন্থখনত,লগতে সেই আসোঁৱাহ সমূহ দূৰ কৰিবলৈ আজিৰ যুৱ-প্ৰজন্মই কৰিবলগীয়া কৰণীয়খিনিও আঙুলিয়াই দিছে।তেওঁ আধুনিক ভাৰতৰ যুৱ-প্ৰজন্মৰ সৎ মানসিকতাকো শলাগিছে। এনে আৰু বহুতো আমোদজনক তথ্যৰ বিষয়ে জানিবলৈ শুনক আমিশ ত্ৰিপাঠীৰ জনপ্ৰিয় গ্ৰন্থ 'ইম্মৰটেল ইণ্ডিয়া'ৰ অসমীয়া সংস্কৰণ 'মৃতুঞ্জয়ী ভাৰত'।©2021 Storyside IN (P)2021 Storyside IN
Todavía no hay opiniones