Jononi Mur Duhita Audiolibro Por ৰঞ্জু হাজৰিকা arte de portada

Jononi Mur Duhita

Vista previa
Prueba por $0.00
Prime logotipo Exclusivo para miembros Prime: ¿Nuevo en Audible? Obtén 2 audiolibros gratis con tu prueba.
Elige 1 audiolibro al mes de nuestra inigualable colección.
Acceso ilimitado a nuestro catálogo de más de 150,000 audiolibros y podcasts.
Accede a ofertas y descuentos exclusivos.
Premium Plus se renueva automáticamente por $14.95 al mes después de 30 días. Cancela en cualquier momento.

Jononi Mur Duhita

De: ৰঞ্জু হাজৰিকা
Narrado por: দিবচন লাল বৰুৱা
Prueba por $0.00

$14.95 al mes después de 30 días. Cancela en cualquier momento.

Compra ahora por $3.58

Compra ahora por $3.58

ৰঞ্জু হাজৰিকা দেৱৰ শৈশৱৰ গৃহ শিক্ষকৰ মুখত শুনা এটি সাধুৰ ওপৰত ভিত্তি কৰি লিখা "জননী মোৰ দুহিতা " উপন্যাসখনত থকা চৰিত্ৰসমুহত আমি বিস্বাস আৰু পৰমাত্মাৰ মিলন দেখিবলৈ পাওঁ। এটি সহজ সৰল পৰিয়ালৰ আত্মাৰ বিশ্লেষণ আৰু কিছু পৰিঘটনা এই উপন্যাসখনৰ মুল আধাৰ। দীনবাপুৰ ঈস্বৰৰ প্ৰতি থকা প্ৰবল আত্মিকতা আৰু একান্ত ভক্তিয়ে তেখেতক বহুত জটিল পৰিস্থিতিৰ মাজতো পৰম শক্তিৰ লগত বিলীন হোৱাত সহায় কৰে। জয়ন্তী হল দীনবাপুলৈ দেৱী দূৰ্গাৰ আশীৰ্বাদ। সেই জয়ন্তীক আধাৰ হিচাবেলৈ দীনবাপুক দৰ্শন দিয়ে স্বয়ং দেৱী দূৰ্গায়ে । কিছুমান কথা যুক্তি অথবা বুদ্ধিৰে বিশ্লেষণ কৰিব নোৱাৰি । উপন্যাসখন এনেকুৱা ধৰনৰ বিষয়ৰ ওপৰত আধাৰিত । ৰহস্য সাহিত্যৰ একচ্ছত্ৰী সম্ৰাট ৰঞ্জু হাজৰিকাৰ অন্যতম জনপ্ৰিয় উপন্যাস "জননী মোৰ দুহিতা "- এইবাৰ শুনক দিবছন লাল বৰুৱাৰ কন্ঠত, একমাত্ৰ ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN Afroamericano Misterio
Todavía no hay opiniones